Bauli Senehi Lyrics | Bangla Lyric Zone


Read full  Bauli Senehi Lyrics Here

বিজুলী সাৱনিত বাউলি মন

মুগাৰ হাজেৰে কহিলি হিয়াখোন

বিহু ল'ই আহিলি নাসোনি হয়

পীচে ধুলীয়া কুন হোবো

কোবিনে টয়?


আগোলি বানহোৰে লাহোৰি গগনা

খুপাতে গুজিলোই বিহুলোই আহ


এ ৰঙিলি ঐ কোকল ভংগী ভংগী

নাচিবি তোই টাকুৰি ঘুৰাদি

নাসোনি ঐ তেহে দেখীবোলে ভাল


এ ৰংগিলি ঐ হাতোতে জেটুকা

পিন্ধিবি তোই মুগা ৰিহা মেখেলা

নাসোনি ঐ বিহু মাৰিবলোই জাউ


মুৰে চেনেহি লাজে নাই

তুৰে নিলাজী লাজে নাই

হোছাই নিলাজী লাজে নাই

লাজে নাই তুৰ


আকৌ নিলাজী লাজে নাই

তুৰে নিলাজী লাজে নাই

হোছাই নিলাজী লাজে নাই

লাজে নাই তুৰ


ৰজাই হুকুম ডিচে

আদিম সাদিম বাই

কি হুকুম ডিচে

আদিম সাদিম বাই

টুকে মুৰ হোবোলে

আদিম সাদিম বাই

আকৌ ৰজাই হুকুম দিছে

আদিম সাদিম বাই

তোইয়ে মুক নুবুজিলে

বুজুটাই নাই


লিহিৰি দুহাতে টাটোতে হালোতে

কালোই বাৰু বলি বিহুৱান

নিদিবি আনোকে বুজাবি মনোকে

পোগোলা হোলু তুৰ মৰোমোটে


পানী ওনা ঘটোলে নাজাবী

বাট'ট হোটৰুয়ে পাবো

জৌবনে গোৰোকা দেহাতি মুকুতা হৰিবো


আগোলি বানহোৰে লাহোৰি গগনা

খুপাতে গুজিলোই বিহুলোই আহ


এ ৰঙিলি ঐ কোকল ভংগী ভংগী

নাচিবি তোই টাকুৰি ঘুৰাদি

নাসোনি ঐ তেহে দেখীবোলে ভাল


এ ৰংগিলি ঐ হাতোতে জেটুকা

পিন্ধিবি তোই মুগা ৰিহা মেখেলা

নাসোনি ঐ বিহু মাৰিবলোই জাউ


মুৰে চেনেহি লাজে নাই

তুৰে নিলাজী লাজে নাই

হোছাই নিলাজী লাজে নাই

লাজে নাই তুৰ



Comments

Popular posts from this blog

Nithur Monohor lyrics by Ishaan Mozumder

AAINA Lyrics by YOUNG GALIB

Bhalpua Eti Nam Lyics