Morom Logai Lyrics


Morom Logai Lyrics in Assamese

Read Morom Logai Lyrics in Assamese language-

টুক মইনা হোছা ভাল পাং

টুক মইনা হিয়া দিছাং...

টুক মইনা হোছা ভাল পাং

টুক মইনা হিয়া দিছাং...

....


আজি মন তু আকৌ থুকন পান

জেনে নিয়া তেনে জান

ভাল তো আকৌ টুকে পাং

জোৰানিয়া তুলোইকে জাং

আজি মন তু আকৌ থুকন পান

জেনে নিয়া তেনে জন

ভাল তো আকৌ টুকে পাং

জোৰানিয়া তুলোইকে জাং

.....

টিনিচুকীয়া ডিব্ৰুগড় শিৱহাগৰ

হে কেলেকে নাজিৰা হিবো তুৰ

টিনিচুকীয়া ডিব্ৰুগড় শিৱহাগৰ

হে কেলেকে নাজিৰা হিবো তুৰ

.....

হে জোলোকি মাকৌ টয়


টলোকি নোজোনময়


বাটকি বাটে ভোকো তিষ্টাৰতে


মৰম লগাই মৰম লগাই

মৰম লগাই মৰম লগাই

পোগোলা কৰিম তুক

মৰম লগাই মৰম লগাই

মৰম লগাই মৰম লগাই

পোগোলা কৰিম তুক

....


আজি মনোৰে ৰাজধানী চোলে গৈ

ঝক ঝক ঝক


বুকুখন কোপে মুৰ জানোনে


ধোপ ধোপ ধোপ


তেওঁ দিনে নাই ৰাতি নাই থাকো তোই

টিপ টপ

লছপোচি মনে মুৰ জানোনে

লট পাত


আকৌ জুনুকে লই চোলা টয়


তুলোইকে নু জাম মই


বাটপাকি বাটে, বইকে তিষ্টাৰতে


he মৰম লগাই মৰম লগাই

মৰম লগাই মৰম লগাই

পোগোলা কৰিম তুক



he মৰম লগাই মৰম লগাই

মৰম লগাই মৰম লগাই

পোগোলা কৰিম তুক


Comments

Popular posts from this blog

Nithur Monohor lyrics by Ishaan Mozumder

Sajani Sajani Radhika Lo lyrics

AAINA Lyrics by YOUNG GALIB